Current Affairs Assam | GK Assam


Current Affairs And GK

Current Affairs by cbcsnote.com




 ১। অসম চৰকাৰে শেহতীয়াকৈ অসমত কিমান বছৰৰ মুৰে মুৰে অসম বৈভৱ, অসম বিভূষণ, অসম ভূষণ সম্মান প্ৰদান কৰাৰ কথা ঘোষণা কৰিছে?

উত্তৰ : প্ৰতি এবছৰৰ মুৰে মুৰে।

 

২। দাদাচাহেব আন্তৰাষ্ট্ৰীয় চলচিত্র মহোৎসৱ বঁটা ২০২২ ত কাক শ্ৰেষ্ঠ অভিনেতাৰ বঁটা প্ৰদান কৰা হৈছিল?
উত্তৰঃ ৰণবীৰ সিং।

 

৩। ২০২২ বৰ্ষৰ প্ৰধানমন্ত্ৰীৰ 'ৰাষ্ট্ৰীয় শিশু পুৰস্কাৰ অসমৰ কোনগৰাকী শিশুৱে লাভ কৰিছে?
উত্তৰ : ধৃতিমান চক্রবর্তী।

 

৪। বৰ্তমান অসম চৰকাৰৰ শিক্ষা বিভাগৰ মন্ত্ৰীগৰাকীৰ নাম কি?
উত্তৰঃ ৰণোজ পেও।

Also Read: Assam GK

 

৫। বৰ্তমান সময়ত অসমত কেইখন ৰাষ্ট্ৰীয় উদ্যান আছে?
উত্তৰ : ৭ (সাত) খন।

 

৬। অসমৰ প্ৰথমগৰাকী মহিলা বিত্তমন্ত্ৰীৰ নাম কি?
উত্তৰ: অজন্তা নেওগ

 

৭। বৰ্তমান অসম আৰক্ষীৰ আয়ুক্তগৰাকী কোন?
উত্তৰ : ভাস্কৰ জ্যোতি মহন্ত।

 

৮। ২০২০ বৰ্ষৰ ৬৭ তম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত আঞ্চলিক ভাষাৰ শ্রেষ্ঠ ছবি শিতানত কোনখন অসমীয়া ছবিয়ে ৰজত কমল বঁটা লাভ কৰে?
উত্তৰ : চন্দ্ৰ মুদৈ পৰিচালিত ৰণুৱা (Ronuwa )- Who Never Surrender!

 

৯| “Prag Cine Awards 2022” অনুষ্ঠানটো অসমৰ কোন চহৰত অনুষ্ঠিত কৰা হৈছিল?
উত্তৰ : শিলচৰ।

 

১০। ২০২০ বৰ্ষৰ জ্ঞানপীঠ বঁটা বিজয়ী অসমীয়া কবি নীলমণি ফুকন দেৱক বঁটা প্ৰদান অনুষ্ঠানটো ভাৰতৰ কোনখন চহৰত অনুষ্ঠিত কৰা হৈছে?
উত্তৰ : অসমৰ গুৱাহাটী চহৰত।

 

১২। কোনজন নাছাৰ মহাকাশ বিজ্ঞানীয়ে বিহুৱান লৈ আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰত বিস্তৃত্য প্রদর্শন কৰিছিল ?
উত্তৰ : এডৱাৰ্ড মাইকেল ফিন (মাইক ফিন)।

 

১৩। শেহতীয়াকৈ উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰথম 'Pilot Training Academy ক'ত স্থাপন কৰা হৈছে?
উত্তৰ: অসমৰ লখিমপুৰ জিলাৰ লীলাবাৰী বিমানবন্দৰত।

 

১৪। পাকিস্তানৰ নৱ নিৰ্বাচিত প্ৰধানমন্ত্ৰীগৰাকীৰ নাম কি?
উত্তৰ : শেহবাজ শ্বৰীফ।

 

১৫। পঞ্জাৱৰ নৱ নিৰ্বাচিত মুখ্যমন্ত্ৰীগৰাকীৰ নাম কি ?
উত্তৰ: ভাগৱন্ত মান।

 

১৬ । POY ASIA বে ২০২০ বৰ্ষৰ কোভিড-১৯ শিতানৰ সৰ্বশ্ৰেষ্ঠ ছবিসমূহৰ মাজত কোনজন অসমৰ সংবাদিক তথা আলোকচিত্র শিল্পীৰ ছবি স্থান লাভ কৰিছে?
উত্তৰ : অনুপম নাথ।



১৭। শেহতীয়াকৈ কোলাত অনুষ্ঠিত হোৱা ৰাষ্ট্ৰীয় ফেডাৰেচন কাপ এথলেটিকছ প্রতিযোগীতাত অসমৰ কোনে কোনে সোণৰ পদক লাভ কৰিছ?
উত্তৰ : মহিলাৰ ২০০ মিটাৰ দৌৰত হিমা দাসে ২৩.৬৩ ছেকেণ্ডেৰে আৰু পুৰুষৰ ২০০ মিটাৰ দৌৰত অম্লান বৰগোহাঁইয়ে সোণৰ পদক লাভ কৰিছে।

 

১৮। অস্কাৰ বিজয়ী প্রথম বধিৰ ব্যক্তি হিচাপে কোনজন বধিৰ অভিনেতাই ইতিহাস সৃষ্টি কৰিবলৈ সক্ষম হৈছে?
উত্তৰ : আমেৰিকান অভিনেতা ট্রয় ক’টচু।

 

১৯। নীটি আয়োগে ভাৰতৰ কাৰণে কেতিয়া পোণপ্ৰথমবাৰৰ বাবে বহুমাত্ৰীয় দৰিদ্ৰৰ সূচাংক প্ৰকাশ কৰিছিল?
উত্তৰ : ২০২১ চনত ৷

 

২০। বহুমাত্ৰীয় দৰিদ্ৰৰ সূচাংক মতে ভাৰতৰ কোনখন ৰাজ্যৰ দৰিদ্ৰতা আটাইতকৈ বেছি?
উত্তৰ : বিহাৰ ৰাজ্য।

২১। ২০২১ ৰ মতে, মানৱ উন্নয়ন সূচাংকত ভাৰতৰ স্থান কিমান?
উত্তৰ : ১৩১তম স্থান।

 

২২। Ease of doing business ৰ কোনটো সংগঠনে দাঙি ধৰে?
উত্তৰঃ বিশ্ববেংক।

 

২৩। Ease of doing business ৰ ভাৰতৰ স্থান কিমান?
উত্তৰ : ৬৩ তম স্থান।

 
Read: Current Affairs 

২৪। ভাৰতীয় ৰিজাৰ্ভ বেংকৰ বৰ্তমান গৰ্ভনৰ জনৰ নাম কি?
উত্তৰ : শক্তিকান্ত দাস।

 

২৫। বৰ্তমান অসমৰ মুঠ জিলা কেইখন ?
উত্তৰ : ৩৫ খন ।

 

২৬। কেন্দ্রীয় মন্ত্রীসভাত এইবাৰ অসমৰ কোনগৰাকী ব্যক্তিক গুৰুত্বপূৰ্ণ বিভাগৰ মন্ত্ৰীত্ব প্ৰদান কৰিছে?
উত্তৰ : সৰ্বানন্দ সোনোৱাল ।

 

২৭। শেহতীয়াকৈ বিশ্ব স্বাস্থ্য সংস্থাই মুকলি কৰা এপটোৰ নাম কি ?
উত্তৰঃ Quit Tobacco App |

 

২৮। কোনখন বিশ্ববিদ্যালয়ৰ প্ৰতিবেদন অনুসৰি, বায়ু প্ৰদূষণৰ ফলত ভাৰতীয়সকলৰ জীৱন ৯ বছৰ হ্ৰাস কৰিব পাৰি?
উত্তৰঃ চিকাগো বিশ্ববিদ্যালয় ।

 

২৯। আই.আই.টিয়ে ৰোপাৰ আৰু কানপুৰৰ বিজ্ঞানীসকলৰ দ্বাৰা বিশ্বৰ প্ৰথম উদ্ভিদ-আধাৰিত স্মাৰ্ট এয়াৰ পিউৰিফায়াৰ আৰু কোনখন বিশ্ববিদ্যালয়ৰ ব্যৱস্থাপনা অধ্যয়ন অনুষেদ বিকশিত কৰিছিল?
উত্তৰ : দিল্লী বিশ্ববিদ্যালয় ।

 

৩০। জ্ঞানপীঠ বঁটা লাভ কৰা তৃতীয় গৰাকী অসমীয়া সাহিত্যিক কোন ?
উত্তৰঃ নীলমণি ফুকন ।

 

৩১। ২০২০ বৰ্ষৰ জ্ঞানপীঠ বঁটা কোন গৰাকী অসমীয়া কবিয়ে লাভ কৰিছে?
উত্তৰঃ নীলমণি ফুকন ।

 

৩২। হাৰিয়ানাৰ গুৰুগ্ৰামৰ প্ৰথম মহিলা আৰক্ষী আয়ুক্ত হিচাপে কোনে নিযুক্তি লাভ কৰিছে?
উত্তৰ: আইপিএছ বিষয়া কালা ৰামচন্দ্ৰন ।

 

৩৩। নতুনকৈ গঠন হোৱা অসমৰ জিলাখনৰ নাম কি ?

উত্তৰঃ তামুলপুৰ



৩৪। কোনখন ৰাষ্ট্ৰই G-7 সন্মিলন ২০২১ আয়োজন কৰিছে?
উত্তৰ :ইউ. কে।



৩৫। যুৱ লেখকসকলক পৰামৰ্শ প্ৰদান কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰে আৰম্ভ কৰা নতুন আঁচনিটোৰ নাম কি?
উত্তৰ : YUVA



৩৬। অসম ৰাজ্যৰ আধ্যাত্মিক পৰ্যটনৰ উৎকৰ্ষ সাধনৰ বাবে চৰকাৰে ঘোষণা কৰা আঁচনিটোৰ নাম কি ?
উত্তৰ: অসম দর্শন।



৩৭। ৰে'লৱে মন্ত্ৰালয়ে শেহতীয়াকৈ কোনটো খেলৰ বাবে সর্ববৃহৎ একাডেমী মুকলি কৰাৰ কথা ঘোষণা কৰিছে?
উত্তৰ : মল্লযুদ্ধ ৷



৩৮। জাৰ্মানীৰ ইণ্ডো-জার্মান ‘Film Week' ত অসমৰ কোনগৰাকী অভিনেতাই শ্ৰেষ্ঠ অভিনেতাৰ বঁটা লাভ কৰিছে?
উত্তৰ : আদিল হুছেইন।



৩৯। ২০২১ বৰ্ষৰ কোন দুইগৰাকী ব্যক্তিয়ে ‘শিল্পী বঁটা’ লাভ কৰিছে ?
উত্তৰ : ইন্দ্ৰেশ্বৰ পেগু আৰু নমিতা ভট্টাচার্য।



৪০। গুৱাহাটী মহানগৰত মহিলা আৰু জ্যেষ্ঠ নাগৰিকৰ বাবে বিনামূলীয়া চিটি বাছ সেৱাটোৰ নাম কি?
উত্তৰ : গোলাপী বাছ সেৱা ।

৪১। বৰ্তমান অসম চৰকাৰৰ মুখ্য সচিব গৰাকীৰ নাম কি ?
উত্তৰ : জিষ্ণু বৰুৱা ৷



৪২। ২০২০ বৰ্ষৰ বীৰাংগনা মূলাগাভৰু বঁটা কোনে লাভ কৰিছে ?
উত্তৰঃ ৰতিপ্রভা গগৈ।



৪৩। ভাৰতৰ কোনখন ৰাষ্ট্ৰীয় উদ্যানক ‘Amazon of the East' বুলি জনা যায়?
উত্তৰ : দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যান ।



৪৪। প্ৰথম ভাৰতীয় ডেয়াৰী কোম্পানী হিচাপে কোনটো কোম্পানীয়ে ‘Rabobank's Global Top 20 Companies' তালিকাত ১৬তম স্থান অধিকাৰ কৰিছে?
উত্তৰ: আমূল।



৪৫। World Blood Donar Day-2021 ৰ বিষয়বস্তু কি ?
উত্তৰঃ Give blood and keep the world beating



৪৬। ২০২০ চনৰ ৩১ আগষ্টত ভাৰতৰ কোনগৰাকী ৰাষ্ট্ৰপতিৰ মৃত্যু হৈছে ? 
উত্তৰঃ প্রণব মুখার্জী।



৪৭। শেহতীয়াভাৱে বিশ্বৰ দ্বিতীয় এক্টিভ ইণ্টাৰনেশ্যনাল গোস স্কোৰাৰ হিচাপে কোন ভাৰতীয় ফুটবলাৰে স্বীকৃতি লাভ কৰিছে?
উত্তৰ : সুনীল ছেত্রী ।



৪৮। ভাৰতৰ তৃতীয় শ্ৰেষ্ঠ পৰিৱেশ বিজ্ঞানী হিচাপে অসমৰ কোনগৰাকী ব্যক্তিয়ে সন্মান লাভ কৰিছে? 
উত্তৰ : ড০ কৃষ্ণ গোপাল ভট্টাচার্য ।



৪৯। অসমৰ কোনগৰাকী বক্সাৰে খেল ৰত্ন বঁটা লাভ কৰিছে ?
উত্তৰঃ লাভলীনা বৰগোহাঁই ।



৫০। “ৱান ছাৱা উৎসৱ“ তিৱাসকলে কিমান বছৰৰ মূৰে মূৰে পালন কৰে?
উত্তৰ : ৫ বছৰ ।


৫১। ভাৰতবৰ্ষৰ ভিতৰতে সৰ্বশ্ৰেষ্ঠ কমলা উৎপাদন কৰা বুলি স্বীকৃতি পোৱা অসমৰ জিলাখনৰ নাম কি? 


উত্তৰ : কাৰ্বি আলং ।



৫২। বিশ্বৰ সৰ্ববৃহৎ হকী ষ্টেডিয়ামখন ভাৰতবৰ্ষৰ হিচাপে কোনখন ৰাজ্যত নিৰ্মাণ কৰা হৈছে?

উত্তৰ : Orissa Birsha Munda stadium



৫৩। অজন্তা নেওঁগে উপস্থাপন কৰা শেহতীয়া অসম বাজেটত কোনখন অভয়াৰণ্যৰ প্ৰস্তাৱ ৰখা হৈছে? 

উত্তৰ : অজগৰ (গোৱালপাৰা)।



৫৪। কোনখন ৰাজ্য ভাৰতৰ প্ৰথম জলাতংক মুক্ত ৰাজ্য হিচাপে পৰিগণিত হৈছে ?

উত্তৰ: গোৱা ।



৫৫। বায়ুসেনাত অসমৰ প্ৰথম মহিলা উইং কমাণ্ডাৰ হিচাপে অসমৰ কোনে নিযুক্তি লাভ কৰিছে ?

উত্তৰ : বৰ্ণালী গগৈ।



৫৬। 'অমিত শ্বাহ আৰু অগ্রগামী বিজেপি' নামৰ গ্ৰন্থখনৰ অনুবাদক কোন ?

উত্তৰ : ড০ হিমন্ত বিশ্ব শৰ্মা।



৫৭। ২০২০ চনৰ ৩১ অক্টোবৰৰ পৰা কোনখন ৰাজ্যত ' Seaplane Service' আৰম্ভ কৰা হৈছে ?

উত্তৰ : গুজৰাটত।



৫৮। ভাৰতৰ কোন ৰাজ্যত সম্প্ৰতি ওনাম উৎসৱ পালন কৰা হ'ল ?

উত্তৰঃ কেৰেলা।



৫৯। 'Fide Online Chess Olympiad ত কোন দুটা দলে যৌথভাৱে জয় লাভ কৰিছে ?

উত্তৰ : ভাৰত আৰু ৰাছিয়া



৬০। ছেপ্তেম্বৰ মাহক Nutrition Month’হিচাপে কোনে ঘোষণা কৰিছে ?

উত্তৰ : নৰেন্দ্ৰ মোডী।

৬১। ভাৰতৰ প্ৰথমগৰাকী মহিলা এম্বুলেন্স ড্ৰাইভাৰ হিচাপে নিযুক্তি লাভ কৰিছে ? 

উত্তৰ: M.Veeralakshmi.



৬২। 'Myntra' কোম্পানীৰ নতুন ব্র্যাণ্ড এম্বেছেদ্ৰৰ কোনে নিযুক্তি লাভ কৰিছে ?

উত্তৰঃ পূজা ভট্ট



৬৩। Press Trust of India ৰ নতুন চেয়াৰমেন হ'ল 

উত্তৰ : অভীক সৰকাৰ।



৬৪। The Young Minds' নামৰ প্ৰথম শিশু সংবাদ পত্ৰখন ক’ত উন্মোচন কৰা হয় ? 

উত্তৰ: অসম।



৬৫। বিশ্বৰ বৃহত্তম ছোলাৰ ট্ৰি’ কোন ঠাইত তৈয়াৰ কৰা হৈছে ? 

উত্তৰঃ দুর্গাপুৰত (পশ্চিমবঙ্গ)।



৬৬। বর্তমান লোকসভাৰ চেক্ৰেটাৰীজনৰ নাম কি ?

উত্তৰ : উৎপল কুমাৰ সিং



৬৭। অসমৰ পৰা কোনগৰাকী বক্সাৰে অৰ্জুন বঁটা ২০২০ লাভ কৰিছে ?

উত্তৰঃ লাভলীনা বৰগোহাঁই



৬৮। জম্মু কাশ্মীৰত ভাৰতীয় সেনাই কোনগৰাকী অভিনেত্ৰীৰ নামেৰে তেওঁলোকৰ ফাইয়াৰৰিং ৰেঞ্জ নামকৰণ কৰিছে ?

উত্তৰঃ বিদ্যা বালন।



৬৯। অলপতে কোনখন দেশৰ ৰাষ্ট্ৰপতিক দুর্বৃত্তই গুলীয়াই হত্যা কৰিছে?

উত্তৰঃ হাইটি।



৭০। শেহতীয়াকৈ কেন্দ্ৰীয় চৰকাৰে কোনখন আচঁনিৰ অধীনত মুছলমান যুৱতীসকলৰ বিবাহৰ বাবে ৫১ হাজাৰ টকাৰ সাহাৰ্য্য দিয়াৰ ব্যৱস্থা কৰিছে?

উত্তৰ: চাদি চগুন যোজনা।

৭১। শেহতীয়াকৈ সৰ্বভাৰতীয় পৰ্য্যায়ত শ্ৰেষ্ঠ ছুটি চিনেমাৰ বঁটা লাভ কৰা অসমীয়া ছবিখনৰ নাম কি? 

উত্তৰঃ দেৱী।



৭২। কোনখন ৰাজ্যই ‘ঘৰচিৰিকা চৰাইক’ৰাজ্যিক চৰাই হিচাপে ঘোষণা কৰিছে ?

উত্তৰঃ দিল্লী।



৭৩৷ ভাৰতবৰ্ষৰ ভিতৰতে পৰিস্কাৰ আৰু আৱৰ্জনা মুক্ত চহৰ হিচাবে স্বীকৃতি লাভ কৰা শ্ৰেষ্ঠ চহৰখনৰ নাম কি?

উত্তৰ: ইন্দোৰ।



৭৪। অসমৰ কোনখন জিলায়ে প্লাষ্টিক আৱৰ্জনা নিষ্কাশন বঁটা ২০২০ লাভ কৰিছে ?

উত্তৰঃ ডিব্ৰুগড়।



৭৫। ভাৰতীয় সেনাপ্রধানজনৰ নাম কি ?

উত্তৰঃ মনোজ পাণ্ডে।



৭৬। ভাৰতৰ দীৰ্ঘতম ৰোপ’ওৱে কোনখন ? 

উত্তৰঃ গুৱাহাটী-উত্তৰ গুৱাহাটী ৰোপ’ওৱে (অসম)।



৭৭। ভাৰতীয় মহাকাশ সংস্থা ISROয়ে কি নামেৰে মহিলা ৰব'ট সাজি উলিয়াইছে ?

উত্তৰ: Vyomamitra



৭৮। শেহতীয়াভাৱে কোনগৰাকী ভাৰতীয় সেনাপ্ৰধানৰ মৃত্যু হৈছে?

উত্তৰ : বিপিন ৰাৱাট।



৭৯। কোনদিনা World Hunger Day পালন কৰা হয় ?

উত্তৰ : ২৮ মে'।



৮০। বিশ্ব ঐতিহ্য দিৱস পালন কৰা দিন কোনটো?

উত্তৰ : ১৮ এপ্রিল।

Visit: আজিৰ খবৰ


৮১। শেহতীয়াকৈ কোনখন ৰাজ্যই ড্রেগন ফলৰ নাম নতুনকৈ নামকৰণ কৰিছে?

উত্তৰ : গুজৰাট।



৮২। DRDO য়ে নিৰ্মাণ কৰা কোভিড ১৯ টেষ্টিং কিডটোৰ নাম কি?

উত্তৰ : DIPCAVAN



৮৩। The Hunger virus multiplies report 2021 ৰ তথ্য অনুসৰি প্ৰতি মিনিটত কিমানজন ব্যক্তিৰ ভোকত মৃত্যু হয়?

উত্তৰ : ১১ জন।



৮৪। শেহতীয়াকৈ ভাৰতবৰ্ষৰ কোনখন ৰাজ্যত প্ৰথমবাৰৰ বাবে ৰেল চলাচল ব্যৱস্থা আৰম্ভ হৈছে?

উত্তৰ : মণিপুৰ ৷



৮৫। শেহতীয়াকৈ কেন্দ্ৰীয় চৰকাৰে চৰকাৰী সংস্থা সমূহক অধিক গতিশীল আৰু মজবুত কৰিবলৈ নতুনকৈ গঠন কৰা মন্ত্ৰালয়টোৰ নাম কি?

উত্তৰ : সহকাৰিতা মন্ত্ৰালয় ।



৮৬। শেহতীয়াকৈ আমেৰিকাই কোনজন ব্যক্তিক ভাৰতবৰ্ষত ৰাষ্ট্ৰদূত হিচাপে নিয়োগ কৰিছে?

উত্তৰ : অতুল কাশ্যপ।



৮৭। ভাৰতৰ কোনখন চুবুৰীয়া দেশে প্ৰথমটো কৃত্রিম উপগ্রহ মহাকাশলৈ প্ৰেৰণৰ সিদ্ধান্ত লৈছে? 

উত্তৰ : নেপাল।



৮৮। উত্তৰ পূৱৰ কোনখন ৰাজ্যত শেহতীয়াকৈ পর্যাপ্ত পৰিমানে গ্রেফাইট মজুত থকা বুলি জৰীপত প্ৰকাশ হৈছে?

উত্তৰ : অৰুণাচল প্ৰদেশত ৷



৮৯। আমেৰিকা যুক্তৰাষ্ট্ৰই ‘জি এছ পি’ তালিকাৰ পৰা নাম কৰ্ত্তন কৰাৰ ফলত কি ক্ষেত্ৰত ব্যয় বাঢ়িব বুলি আশংকা কৰা হৈছে? 


উত্তৰ : ৰপ্তানী ক্ষেত্ৰখন।



৯০। এইবাৰৰ বিশ্ব ধপাত বিৰোধী দিৱস মূলমন্ত্ৰ কি?

উত্তৰ : ধপাত নহয়, জীৱনক ভাল পাওক।

৯১। আই পি এল ২০২০ ৰ বিজেতা দল কোনটো? 

উত্তৰ : মুম্বাই ইণ্ডিয়ানছ।



৯২। আই পি এল ২০২১ ৰ বিজেতা দল কোনটো?

উত্তৰ: চেন্নাই ছুপাৰ কিং ।



৯৩। ভাৰতৰ নীতি (NITI) আয়োগৰ উন্নয়নৰ সমীক্ষাত ভাৰতৰ ৰাজ্যসমূহৰ ভিতৰত অসমৰ স্থান কিমান? 

উত্তৰ : ২৭ তম স্থান।



৯৪। ২০২১ চনৰ ২০ শীর্ষ সন্মিলন কোনখন দেশত অনুষ্ঠিত হব?

উত্তৰঃ ইটালী।



৯৫। টকিঅ’ পেৰালিম্পিকত ভাৰতৰ হৈপ্ৰথমটো সোণৰ পদক অৰ্জন কৰা খেলুৱৈ গৰাকী কোন?

উত্তৰঃ অৱনী লেখাই।



৯৬। চেটেলাইট ফোন সংস্থাপন কৰিবলৈ সিদ্ধান্ত লোৱা নাম কি? ভাৰতবৰ্ষৰ প্ৰথমখন ৰাষ্ট্ৰীয় উদ্যানৰ নাম কি? 

উত্তৰ : কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান ।



৯৬। শেহতীয়াকৈ মৃত্যু হোৱা কল্যাণ সিং কোনখন ৰাজ্যৰ প্ৰাক্তন মুখ্যমন্ত্ৰী আছিল?

উত্তৰ : উত্তৰ প্ৰদেশ।



৯৭। শেহতীয়াকৈ বিজ্ঞান ভৱনত “ৱাই-ব্রেক— মোবাইল এপ মুকলি কৰা কেন্দ্ৰীয় আয়ুষ মন্ত্ৰীজনৰ নাম কি? 

উত্তৰঃ সৰ্বানন্দ সোণোৱাল ৷



৯৮। কেন্দ্ৰীয় চৰকাৰে গ্ৰুপ চি চাকৰিত কিমানটা নতুন ক্রীড়া অন্তৰ্ভুক্ত কৰিবলৈ আৰু তেওঁলোকক ক্রীড়া কোটাৰ অধীনত চাকৰি দিয়াৰ কথা ঘোষণা কৰিছে?

উত্তৰ : ২০ টা নতুন গেম।



৯৯। ২০২৩ চনৰ এছিয়া ফুটবল কাপ কোনখন দেশে অনুষ্ঠিত কৰিব?

উত্তৰঃ চীন ।



১০০। একেৰাহে পঞ্চমবাৰৰ বাবে দায়িত্ব লোৱা উৰিষ্যাৰ মুখ্যমন্ত্ৰীজনৰ নাম কি?

উত্তৰঃ নবীন পাটনায়ক।



১০১। বিশ্ব ৰে’ডক্ৰছ দিৱস কোনদিনা পালন কৰা হয় ?

উত্তৰঃ ৮ মে'ৰ দিনা ।



১০২। ইৰাণৰ পৰা খাৰুৱা তেল আমদানী কৰা দেশসমূহৰ ভিতৰত কোনখন দেশ শীৰ্ষত? 

উত্তৰ : ভাৰত ।



১০৩। এভাৰেষ্ট দিৱস কোন গৰাকী পবৰ্তাৰোহীৰ মৃত্যু তিথিৰ লগত সংগতি ৰাখি পালন কৰা হয় ? 

উত্তৰ : ছাৰ এডমাণ্ড হিলাৰী ৷



১০৪। ভাৰতৰ বৰ্তমান শীর্ষ নৌ-সেনা বিষয়াগৰাকীৰ হিচাপে কাক নিযুক্তি প্ৰদান কৰা হৈছে ? 

উত্তৰ : ভাইচ এডমিৰেল কৰ্মবীৰ সিং।



১০৫। ২০১৯ চনটো ভাৰতীয় মহাকাশ গৱেষণাৰ বাবে উল্লেখনীয় হ'ব বুলি ভবাৰ কাৰণ কি?

উত্তৰ : চন্দ্ৰৰ বুকুলৈ “চন্দ্ৰাযান- 2” প্ৰেৰণ। 



১০৬। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অতিৰিক্ত ন্যায়াধীশ

উত্তৰ : ৰবীন ফুকন।



১০৭। ভাৰতৰ কোনগৰাকী মহান নেতাৰ ২০০৮ চনৰ ১১ নৱেম্বৰত জন্ম শতবর্ষ পালনৰ পৰা উক্ত দিনটো ‘ৰাষ্ট্ৰীয় শিক্ষাৰ দিন হিচাপে পালন কৰি অহা হৈছে?

উত্তৰ : স্বাধীন ভাৰতৰ প্ৰথম শিক্ষামন্ত্রী মৌলানা আব্দুল কালাম আজাদ।



১০৮। কোনখন ৰাজ্য চৰকাৰে "উদ্ভাৱন মিছন পাঞ্জাব" আৰম্ভ কৰিছিল ?

উত্তৰ: পঞ্জাৱ চৰকাৰ।



১০৯। টকি' ২০২০ পেৰাঅলিম্পিক গেমছত ভাৰতে লাভ কৰা মুঠ পদকৰ সংখ্যা হৈছে?

উত্তৰ : ১৯ টা পদক।



১১০। কোনটো কোম্পানীয়ে পৰৱৰ্তী ৫০ বছৰৰ বাবে লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰী বিমানবন্দৰৰ ব্যক্তিগতকৰণৰ বাবে লীজৰ নিবিদা জিকিছে?
উত্তৰ : আদানি গ্রুপ।

১১। শেহতীয়াকৈ শিক্ষাখণ্ডৰ কোম্পানী বাইজুৱে দেশব ২০০ খন চহৰত কিমানটা শিক্ষানুষ্ঠান স্থাপন কৰাব কথা ঘোষণা কৰিছে ?
উত্তৰ : ৫০০ টা।

১১২। ত্ৰিপুৰাৰ নৱনিযুক্ত লোকআয়ুক্তজনৰ নাম কি? 
উত্তৰ : কল্যাণ নাৰায়ন ভট্টাচার্য।



১১৩। অসমত বৰ্তমান কিমানখন 'ব্যাঘ্র প্রকল্প' (Tiger reserve) আছে ?
উত্তৰ : ৪ খন।



১১৪। ২০২০ চনৰ টকিজ' অলিম্পিকত ৫৭ কেজি ফ্রী ষ্টাইল শাখাৰ মল্লযুঁজত কোন ভাৰতীয় খেলুৱৈয়ে ৰূপৰ পদক লাভ কৰিছে?
উত্তৰ : ৰবি কুমাৰ দাহিয়া।



১১৫। পঞ্চদশ বিত্ত আয়োগৰ অধ্যক্ষ হিচাপে কাক নিয়োজিত কৰা হৈছে?
উত্তৰ: নন্দ কিশোৰ সিং।



১১৬। “সমতাৰ চিন্তা কৰক, তৎপৰ হওক আৰু পৰিৱৰ্ত্তনৰ বাবে উদ্ভাৱন কৰক” এই চিন্তা বিগত কোনটো দিৱসৰ লগত ৰজিতা খায় ? 
উত্তৰ: ৮ মাৰ্চৰ আর্ন্তজাতিক মহিলা দিৱসৰ লগত ।




১১৭৷ ভাৰতৰ কোনেটো স্বেচ্ছাসেৱী অনুষ্ঠানক দেশব্যাপি স্কুলীয়া ছাত্ৰ-ছাত্ৰীৰ মাজত মধ্যাহ্ন ভোজন সফল ৰূপায়ণৰ বাবে বি বি চিয়ে 'গ্লোবেল চেম্পিয়নশিপ' বঁটাৰে সন্মানিত কৰা হয় ।
উত্তৰ : অক্ষয়পাত্র।



১১৮। শহীদ হোৱা সুৰক্ষা কৰ্মীৰ পৰিয়ালৰ সাহায্যৰ বাবে আৰম্ভ কৰা ম'বাইল এপটোৰ নাম কি?
উত্তৰ : বীৰ পৰিৱাৰ এপ।



১১৯। কোনগৰাকী প্ৰাক্তন ভাৰতীয় বৈদেশিক সচিবক জাপানৰ শীৰ্ষ সন্মান আগবঢ়োৱা হয় ?
উত্তৰ : শ্যাম চৰণ ।



১২০। প্রণাম বিল'খন কি কথাৰ লগত সংগতি আছে?
উত্তৰ : বৃদ্ধ পিতৃ-মাতৃৰ প্ৰতি দায়িত্ব পালন।



১২১। ভূপালৰ লগতে অসমৰ কোন ঠাইত 'নেশ্যনেল ইন্সিটিউভ অৱ ডিজাইন'ৰ প্ৰতিষ্ঠান শুভাৰম্ভ কৰে?
উত্তৰ : যোৰহাটত।


১২২। প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ডিব্ৰুগড়ত বগীবিল দলং উদ্ধোদ্ধন কৰা ২৫ ডিচেম্বৰ দিনটো কি দিন হিচাপে পালন কৰা হয় ?
উত্তৰ : উন্নয়নৰ দিন।



১২৩। অসমৰ ৰীমা দাসে 'ভিলেজ ৰকষ্টাৰ' ছবি নির্মাণ কৰি অস্কাৰ বঁটাৰ বাবে মনোনীত হোৱাৰ পূৰ্বে ভাৰতত কিবা পুৰস্কাৰ লাভ কৰিছিলনে? 
উত্তৰ: নেশ্যনেল ফিল্ম ফেষ্টিভেলত স্বর্ণকলম বঁটা।



১২৪। ভারতীয় কৃষি অনুসন্ধান পৰিষদে বাঁচি, ঝাটি, ঝাকাণ্ডৰ পিছতে অসমৰ কোন ঠাইত কৃষি গৱেষণা প্ৰতিষ্ঠানৰ বাবে আধাৰশিলা স্থাপন কৰে?
উত্তৰ: গোগামুখস্ত।



১২৫। অসমৰ পুৰণি যুমহোৎসৱ কোনটো?
উদ্ভব : তাৰালাক।



১২৬। অসমৰ কোন ঠাইত ১৯.৩ কি. মি. দৈর্ঘ্য সামনি দেশৰ দীৰ্ঘতম দলংখন নিৰ্মাণ কৰিবলৈ আঁচনি গ্ৰহণ কৰিছে?
উত্তৰ : ধুবুৰী-মেঘালয় ফুলবাৰী সংযোগী।



১২৭। এভাবেই দিবস কোন দিনা পালন কৰা হয় ?
উত্তর : ২৯ মে'ৰ দিনা।



১২৮। ইউ এন বিপর্ট মতে ভাৰতে ২০২০ বৰ্ষত কিমান শতাংশ অর্থনৈতিক উন্নতি সাধন কৰাৰ সম্ভাৱনা আছে?
উত্তৰ : ৭.১ শতাংশ।



১২৯। পাকিস্তানে চাহিনা-দ্বিতীয়' পারমাণবিক বোমা নিক্ষেপকাৰী ক্ষেপনাস্ত্ৰটো কিমান দূৰত্ব সামৰিব পৰা ক্ষমতাৰ?
উত্তৰ : ২০০০ কিঃ মিঃ।



১৩০। আর্ন্তজাতিক মেন বুকৰ বঁটা পোৱা আৰবী উপন্যাসিকাগৰাকীৰ নাম কি?
উত্তৰ : জোকা আল ৰাব্বানী।



১৩১। ‘চেলেষ্টিয়েল বডি' উপন্যাসখন ইংৰাজীলৈ অনুবাদ কৰি লেখিকাৰ লগতে যুটীয়াভাৱে বাবে আর্ন্তজাতিক বুকাৰ বঁটা লাভ কৰোতা কোন?
উত্তৰ : মেৰিলিন বাথ।



View: Latter writing


১৩২। মে' মাহৰ কোনটো দিনত 'সন্ত্ৰাসবাদ বিৰোধী দিবস' পালন কৰা হয় ?
উত্তৰ : ২১ মে'।



১৩৩। ২০১৯ চনৰ বৰীন্দ্ৰ নাথ ঠাকুৰ বঁটা কাক প্রদান কৰা হয় ?
উত্তৰ : ৰাণা দাসগুপ্তাক।



১৩৪। হৰ্ণবিল উৎসৱ কোনখন ৰাজ্যৰ উৎসব?

উত্তৰ: নাগালেও।



১৩৫। এটা অন্ধবিশ্বাসৰ বিৰুদ্ধে অসম চৰকাৰে বিধানসভাত উত্থাপন কৰা কোনখন বিলৰ ভিত্তিত আইন প্ৰণয়নৰ বাবে ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে অনুমোদন আগবঢ়ায় ?
উত্তৰ: ডাইনী হত্যা।



১৩৬। অসম চৰকাৰৰ ক্ৰীড়া দূত হিচাপে কাক নিয়োগ কৰিছে?
উত্তৰ : হিমা দাস।



১৩৭। নেপালে কোনখন দেশৰ সহায়ত মহাকাশলৈ উপগ্রহ প্ৰেৰণ কৰিব ? 
উত্তৰ : আমেৰিকা যুক্তৰাষ্ট্ৰ।



১৩৮। ১৯৯০ চনত 'দ্য শ্বেড' লাইনছ' গ্ৰন্থখনৰ বাবে সাহিত্য অকাডেমি বঁটা পোৱা কোনজন সাহিত্যিকলৈ ২০১৯ জ্ঞানপীঠ বঁটা আগ হৈছিল ?
উত্তৰ : অমিতাভ ঘোষ



১৩৯। অসমৰ বৰ্তমান ৰাজ্যপাল জনৰ নাম কি?
উত্তৰ : জগদীশ মুখী।



১৪০: আন্তর্জাতিক মুদ্রা নিধি (আই এম এফ) মুখ অর্থনীতিবিদৰ পদবী দখল কৰা ভাৰতৰ মহীশূৰত জন্ম লোৱা, প্রথম মহিলা গৰাকী কোন?
উত্তৰ: অগুলা কান্ট।




১৪১। Jal Jeevan Mission ৰ অধীনত কোন ৰাজ্যই sensor-based service delivery monitoring System কৰিব?
উত্তৰ : গুজৰাট।




১৪২। কোন ৰাজ্য চৰকাৰে গোটেই নাগৰিকৰ বাবে এটা  State Health Register' ৰ ব্যৱস্থা কৰিছে ?
উত্তৰ : কণটিক।



১৪৩। অসমৰ কোনগৰাকী আৰক্ষী বিষয়াই বিশিষ্ট সেৱাৰ বাবে ৰাষ্ট্ৰপতি আৰক্ষী পদক লাভ কৰিছে ? 
উত্তৰ : ভায় 'লেট বৰুৱা।



১৪৪। বর্তমান গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশজনৰ নাম কি ?
উত্তৰঃ সুধাংশু ধুলীয়া ।



১৪৫। অলিম্পিকত যোগ্যতা অর্জন কৰা অসমৰ প্ৰথমগৰাকী মহিলা বক্সাৰ নাম কি ?
উত্তৰ : লাভলিনা বৰগোহাঁই।



১৪৬। সাহিত্যিক হোমেন বৰগোহাঞিৰ মৃত্যু কেতিয়া হৈছিল?
উত্তৰ : ১২ মে' 2021।



১৪৭। ‘এক ভাৰত শ্ৰেষ্ঠ ভাৰত'ৰ অধীনত অসমৰ লগত কোনখন ৰাজ্য যোগ কৰা হৈছে?
উত্তৰঃ ৰাজস্থান ।


১৪৮। অসমৰ কোনখন জিলাত শ্ৰী শ্ৰী উত্তৰ কমলাবাৰী শাখা সত্ৰ আৰু সাংস্কৃতিক গৱেষণা কেন্দ্ৰৰ উদ্ধোধন কৰিছিল ?
উত্তৰ : যোৰহাট।






আমাৰ সাধাৰণ জ্ঞান কোনো ব্যক্তিগত প্ৰতিস্থান বা চৰকাৰী ভাবে প্ৰকাশিত নহয়। সঠিক তথ্য অনুসৰি প্ৰকাশিত বিজ্ঞাপন আৰু খবৰৰ মূল আধাৰত প্ৰচাৰিত কৰা হৈছে। আপোনাৰ কোনো ধৰণৰ Query বা অভিযোগ উপস্থাপন কৰিবলৈ আমাৰ editor ৰ লগত যোগাযোগ কৰিব পাৰে অথবা Contact Us ত দাখিল কৰক।{alertSuccess}


Previous Post Next Post

Ads

Photo Ads