প্ৰিয়তমাৰ চিঠি - Advance Assamese Questions Answer

 {fullWidth}



১। হেমচন্দ্ৰ গোস্বামীৰ জন্ম কিমান চনৰ ক'ত হৈছিল ?

উত্তৰঃ হেমচন্দ্ৰ গোস্বামীৰ জন্ম ১৮৭২ চনৰ গোলাঘাট মহকুমাৰ অন্তৰ্গত গৌৰাংগ সত্ৰত হৈছিল । 




২। কোন আছিল অসমীয়া ভাষা উন্নতি সাধিনী সভা'ৰ অন্য়তম প্ৰতিষ্ঠাতা ?

উত্তৰঃ হেমচন্দ্ৰ গোস্বামী আছিল অসমীয়া ভাষা উন্নতি সাধিনী সভা'ৰ অন্য়তম প্ৰতিষ্ঠাতা ।



৩। চোঁ-ঘৰ শব্দৰ অৰ্থ কি ?

উত্তৰঃ চোঁ-ঘৰ শব্দৰ অৰ্থ হ'ল সাজ ঘৰ । 



৪। অ.ভা.উ.সা. সভাৰ মুখপত্ৰ জোনাকীৰ প্ৰকাশত কোনে কোনে আগভাগ লৈছিল ?

উত্তৰঃচন্দ্ৰকুমাৰ আগৰৱালা, লক্ষ্মীনাথ বেজবৰুৱা আৰু হেমচন্দ্ৰ গোস্বামীয়ে আগভাগ লৈছিল ।



৫। কাঁচলি শব্দৰ অৰ্থ কি ?

উত্তৰঃ কাঁচলি শব্দৰ অৰ্থ হ'ল কোমল ৰ'দৰ চেৰেঙা ।



৬। চন্দ্ৰকুমাৰ আগৰৱালা, লক্ষ্মীনাথ বেজবৰুৱা আৰু হেমচন্দ্ৰ গোস্বামী এই তিনিগৰাকী কবি সাহিত্য়িকক কি বুলি কোৱা হয় ?

উত্তৰঃ জোনাকীৰ ত্ৰিমূৰ্তি বুলি এই তিনি গৰাকী কবিক কোৱা হয় ।



৭। কুকুৰাঠেঙ্গীয়া শব্দৰ অৰ্থ কি ?

উত্তৰঃ কুকুৰাঠেঙ্গীয়া শব্দৰ অৰ্থ হ'ল কোমল পাতৰ এবিধ বনৰীয়া সৰু গছ ( বেয়া সৰু আখৰ বুজাবলৈ ) ।



৮। কি নামৰ প্ৰেমৰ কবিতাৰে হেমচন্দ্ৰ গোস্বামী কবিতা জগতত পৰিচিত হয় ?

উত্তৰঃ 'জোনাকী'ত প্ৰকাশিত 'কাকো আৰু হিয়া নিবিলাওঁ' নামৰ প্ৰেমৰ কবিতাৰে হেমচন্দ্ৰ গোস্বামী কবিতা জগতত পৰিচিত হয় ।



৯। কোন অসমীয়া সাহিত্য়ত প্ৰথম ছনেট ৰচোঁতা ?

উত্তৰঃ হেমচন্দ্ৰ গোস্বামী অসমীয়া সাহিত্য়ত প্ৰথম ছনেচ ৰচোঁতা । 



১০। কিমান চনত গুৱাহাটীৰ নিজ ঘৰত হেমচন্দ্ৰ গোস্বামীৰ পৰলোকপ্ৰাপ্তি ঘটে ?

উত্তৰঃ ১৯২৮ চনত ।



১১। হেমচন্দ্ৰ গোস্বামী সাহিত্য় সভাৰ ( তেজপুৰ অধিৱেশন -১৯২০ ) কিমান গৰাকী সভাপতি আছিল ।

 উত্তৰঃ চতুৰ্থগৰাকী সভাপতি আছিল ।



১২। পুৰণি পুথি সম্পাদনাৰ ক্ষেত্ৰত কাৰ নাম স্মৰণ কৰিবলগীয়া ?

উত্তৰঃ হেমচন্দ্ৰ গোস্বামীৰ নামত স্মৰণ কৰিবলগীয়া ।



১৩। প্ৰিয়তমাৰ চিঠি কবিতাটো কোনে ৰচনা কৰিছিল ?

উত্তৰঃ প্ৰিয়তমান চিঠি কবিতাটো হেমচন্দ্ৰ গোস্বামীয়ে ৰচনা কৰিছিল ।



১৪। কি কুঁহিপাত ৰ'দত লেৰেলে ?

উত্তৰঃ বসন্তৰ কুঁহিপাত । 



১৫। কাৰ বুকুত কাঁচলি উদঙ্গাই ?

উত্তৰঃ সৌন্দৰ্য্য়ৰ বুকুত ।



১৬। গোলাঘাটৰ মহকুমাত অন্তৰ্গত এখন সত্ৰৰ নাম কি ?

উত্তৰঃ গৌৰাংগ সত্ৰ । 



১৭। গৌৰাংগ সত্ৰত জন্ম হোৱা এজন কবিৰ নাম কি ?

উত্তৰঃ হেমচন্দ্ৰ গোস্বামী ।



১৮। কাৰ দ্বাৰা ৰচিত কেইটিমান কবিতা 'ফুলৰ চাকি' কবিতা পুথিখনিত সন্নিৱিষ্ট হৈছে ?

উত্তৰঃ হেমচন্দ্ৰ গোস্বামীৰ দ্বাৰা ৰচিত ।


১৯। অসমৰ সাহ্য়িত সভাৰ ১৯২০ চনত হোৱা চতুৰ্থগৰাকী সভাপতি জনৰ নাম কি ?

উত্তৰঃ হেমচন্দ্ৰ গোস্বামী ।



২০। হৃদয়ত হেঁপাহৰে কি তৰা জ্বলে ?

উত্তৰঃ হৃদয়ত হেঁপাহৰ ভোটাতৰা জ্বলে ।


দিঘলীয়া প্ৰশ্নোত্তৰ পাবলৈ ইয়াত টিপক: {getButton} $text={Click} $icon={preview} $color={Blue Colour} 


Post a Comment

Previous Post Next Post

Ads

Photo Ads