General knowledge5 : অসমৰ প্ৰথম

 {fullWidth}




১) নেচচেনল বুক ট্ৰাষ্টৰ সঞ্চালক হোৱা প্ৰথম অসমীয়া : ড° ৰীতা চৌধুৰী 


২) এভাৰেষ্ট শৃংগত ভৰি দিয়া প্ৰথম অসমীয়া : তৰুণ শ‍ইকীয়া (দ্বিতীয়জন মনীষ কুমাৰ ডেকা, ২০১৩


৩) প্রথম অসমীয়া গদ্য লেখক : ভট্টদের


৪) প্ৰথম অসমীয়া গদ্য ৰচনা : ভট্টদেৱৰ 'কথা-গীতা' : যতীন্দ্ৰ নাথ দুৱৰা ।


৫) প্ৰথম অসমীয়া কথা-কবিতাৰ ৰচয়িতা : যতীন্দ্ৰ নাথ দুৱৰা

 ৬) প্রথম অসমীয়া চুটি গল্পৰ ৰচয়িতা লক্ষ্মীনাথ বেজবৰুৱা।


৭) প্ৰথম অসমীয়া ছপা পুথি : ধর্মপুস্তক (১৯১৩ চন)।


৮) প্রথম অসমীয়া ভ্রমণ কাহিনী : বিলাতৰ চিঠি লেখক : জ্ঞানদাভিৰাম বৰুৱা


৯) প্রথম অসমীয়া ছনেট : প্ৰিয়তমাৰ চিঠি 

১০) প্রথম অসমীয়া ছনেট পুথি : মালচ লেখক : হিতেশ্বৰ বৰবৰুৱা


১১) সাহিত্য অকাডেমী পুৰস্কাৰপ্ৰাপ্ত প্রথম উপন্যাস : ইয়াৰুইঙ্গম, লেখক : বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য


১২) অসমীয়া সাহিত্যৰ প্ৰথম বুৰঞ্জী: অসমীয়া সাহিত্যৰ বুৰঞ্জী, লেখক - দেৱানন্দ ভৰালী 


১৩) প্ৰথম অসমীয়া আধুনিক নাট : ৰাম নৱমী। লেখক - গুণাভিৰাম বৰুৱা।


১৪) প্ৰথম অসমীয়া ৰোমাণ্টিক কবিতা: বন কুঁৱৰী। লেখক - চন্দ্ৰ কুমাৰ আগৰৱালা


১৫) ৰামায়ণ অসমীয়ালৈ প্ৰথম কোনে অনুবাদ কৰিছিল?

উত্তৰ: মানৱ কন্দলি

১৬) অসমীয়া ভাষাৰ বিষয়ে কৰা প্ৰথম গৱেষণা গ্ৰন্থ: Assamese: Its formation and Development. লেখক - ড° বাণীকান্ত কাকতি


১৭) প্ৰথম অসমীয়া গল্প সংকলন: সুৰভি । লেখক - লক্ষ্মীনাথ বেজবৰুৱা


১৮) প্ৰথম অসমীয়া ছপা উপন্যাস: লাহৰী । লেখক - পদ্মনাথ গোহাঞিবৰুৱা


১৯) প্ৰথম অসমীয়া ঐতিহাসিক উপন্যাস : ভানুমতী, লেখক - পদ্মনাথ গোহাঞিবৰুৱা


২০) জনজাতীয় জীৱনৰ আধাৰত লিখিত প্ৰথমখন অসমীয়া উপন্যাস : মিৰি জীয়ৰী, লেখক - ৰজনীকান্ত বৰদলৈ






ADMIN HUMBLE REQUEST

Post a Comment

Previous Post Next Post

Ads

Photo Ads