সাধাৰণ জ্ঞান | GK for grade 3 and grade 4

{fullWidth}

() আলি আই লৃগাং উৎসৱ কেতিয়া অনুষ্ঠিত হয়? 
উত্তৰ:- ফাগুন মাহৰ প্ৰথম বুধবাৰে ।

() ওমফা পূজা কোন জনগোষ্ঠীয়ে পালন কৰে? 
উত্তৰ:- আহোমসকলৰ

() চ'মাংকান কোন জনগোষ্ঠীয় সংস্কৃতি ? উত্তৰ:- কাৰ্বিসকলৰ মৃতকৰ শ্ৰাদ্ধানুষ্ঠান।

() বাগৰুম্বা নৃত্য কোন জনগোষ্ঠীয়ে পালন কৰে?
উত্তৰ:- বড়ো।

() ফাৰকান্তি কোন জনগোষ্ঠীৰ উৎসৱ? উত্তৰ:- ৰাভাসকলৰ মৃতকৰ শ্রাদ্ধানুষ্ঠান।

() বায়খো উৎসৱ কোন জনগোষ্ঠীৰ? উত্তৰ:- ৰাভাসকলৰ ।

() খেৰাই পূজা কোনটো জনগোষ্ঠীয়ে পালন কৰে?
উত্তৰ:- বড়ো।





() প্ৰথম অসমীয়া ৰোমাণ্টিক কবিতাটিৰ নাম কি? 
উত্তৰ:- 'বনকুৱৰী'। কবি চন্দ্ৰকুমাৰ আগৰৱালা ।

() সাহিত্য অকাডেমি বঁটা বিজয়ী প্রথম অসমীয়া পুথিখনৰ নাম কি?
উত্তৰ:- 'বনফুল'।

( ১০) 'বনফুল' কবি কোন?
উত্তৰ:- যতীন্দ্ৰনাথ দুৱৰা ।

(১১) প্ৰথম অসমীয়া সামাজিক নাটখনৰ নাম কি? 
উত্তৰ:- ৰাম-নৱমী।

(১২) অসমৰ একমাত্ৰ পাহাৰীয়া চহৰখনৰ নাম কি? 
উত্তৰ:- হাফলং।

(১৩) অসমৰ আটাইতকৈ পৰিষ্কাৰ চহৰখনৰ নাম কি? 
উত্তৰ:- তেজপুৰ।

(১৪) ভাৰতে ফ্ৰান্সৰ পৰা কিনা বিমানখনৰ নাম কি? 
উত্তৰ:- Rafale Fighter Jet.

(১৫) ডিব্ৰুগড় জিলাত থকা বিমান বন্দৰটোৰ নাম কি? 
উত্তৰ:- মোহনবাৰী বিমান বন্দৰ ।

(১৬) বিশ্বৰ সৰ্ববৃহৎ মহাদেশ কি?
উত্তৰ:- এছিয়া (বিশ্বৰ ৩০% এলেকা)

(১৭) বিশ্বৰ আটাইতকৈ সৰু মহাদেশ খনৰ নাম?
উত্তৰ:- অষ্ট্ৰেলিয়া







(১৮) বিশ্বৰ সৰ্ববৃহৎ মহাসাগৰ খনৰ নাম?
উত্তৰ:- প্রশান্ত মহাসাগৰ

(১৯) বিশ্বৰ আটাইতকৈ সৰু মহাসাগৰ খনৰ নাম কি?
উত্তৰ: - আৰ্কটিক মহাসাগৰ

(২০) বিশ্বৰ আটাইতকৈ গভীৰ মহাসাগৰ খনৰ নাম কি?
উত্তৰ:- প্রশান্ত মহাসাগৰ

(২১) বিশ্বৰ সৰ্ববৃহৎ সাগৰ খনৰ নাম কি?
উত্তৰ:- দক্ষিণ চীন সাগৰ

(২২) বিশ্বৰ সৰ্ববৃহৎ উপসাগৰ খনৰ নাম?
উত্তৰ:- মেক্সিকো উপসাগৰ

(২৩) বিশ্বৰ সৰ্ববৃহৎ দ্বীপটোৰ নাম কি?
উত্তৰ: - গ্রীণলেও

(২৪) বিশ্বৰ সৰ্ববৃহৎ দ্বীপপুঞ্জটোৰ নাম কি?
উত্তৰ: - ইণ্ডোনেছিয়া

(২৫) বিশ্বৰ আটাইতকৈ দীঘল নদী খনৰ নাম কি?
উত্তৰ: নীল নদী , দৈর্ঘ ৬৬৫০ কি.মি






ADMIN HUMBLE REQUEST

Post a Comment

Previous Post Next Post

Ads

Photo Ads